Wednesday 12 September 2012

অকবিতা

সন্মুখত ব্যর্থতাৰ আলিংগন
দূৰৈত সুখৰ তাচ্চিল্য ।
নিশাৰ অন্ধকাৰ ,
তাতে মই আৰু মোৰ অনুভৱ ।
মদিৰাৰ তালে তালে উথলি উঠিছে
অনুভৱৰ চাকনৈয়া...

No comments:

Post a Comment