Saturday 22 September 2012

এখন সাগৰৰ কথাৰে -১৩



মৌনতাৰ হাঁহি
চঞ্চল নয়ন ,
বিজুলীৰ মায়া
নতুনৰ আহ্বান ।।

ভুল শুদ্ধ
ভানুমতিয়ে নাজানে ,
মাথো জানে এটি মাত্র শবদ
ভদাই ।।

এয়া প্রেম নে
মৃতদেহৰ চিৎকাৰ ।

No comments:

Post a Comment