Tuesday 25 September 2012

এখন সাগৰৰ কথাৰে-১৪



সুপ্ত হৈ আছে
মেঘৰ চায়া ,
মেদিনী বিলীন হৈ আছে
সাগৰৰ সিপাৰে ।।

ভানুমতি
আছিল মাথো এটি অধ্যায় ,
অধ্যায় শেষ হ'ল
ভদাই গুচি গ'ল ,
মৌন হৈ পৰিল
ঢৌৰ শবদ...

No comments:

Post a Comment