Saturday 29 September 2012

এখন সাগৰৰ কথাৰে - ১৬



উৰি ফুৰিছে
এজাক জোনাকী পৰুৱা ,
নাবিকৰ বাট পোহৰাইছে
ভয়াল অন্ধকাৰৰ বুকুত ।।

শব্দৰ মায়াজাল গুঠিছে
সিহতে ,
গুনগুনাইছে ভদাইৰ সুৰ ।।


পৰিচয় বিহীন
এটি চিনাকী বিচাৰি ,
পোহৰৰ পম খেদি
ঢাপলি মেলিচে
হৃদয়বিহীন সাগৰত ।।

No comments:

Post a Comment