Sunday 30 September 2012

এখন সাগৰৰ কথাৰে-১৭



জোনবাই বেজি এটি দিয়া বুলি
পদ্য পঢ়িছিল ,
এতিয়া হেনো তাই
সেই জোনবাইৰ কাষ চাপিল ।।

হেজাৰ হলেও জীৱন
আজি যাও কালি যাও কৈ থাকে ,


গুচি গ'ল
কেইবাটাও প্রশ্নৰ
হিচাপ নিদিয়াকৈ ।।

সাগৰৰ পাৰৰ
সেই উজ্জলতা ,
কেইবাটাও পৰাণৰ
মুকুতিৰ প্রকাশ ।।

No comments:

Post a Comment