Saturday 15 September 2012

এখন সাগৰৰ কথাৰে -২



তৃষ্ণাতুৰ কলিজা
চকু জুৰ পেলোৱা
নীলা পথাৰ ,
হেঙুলীয়া আভাৰ
কিৰিলি ।।

ঢৌৰ তালে তালে
মৰহি যোৱা
সেই বকুলজোপা ,
মৰহি থাকিল
কবিৰ চন্দ ।।

No comments:

Post a Comment