Monday 17 September 2012

এখন সাগৰৰ কথাৰে-৫



মৃত্যুৰ বতৰা
ভদাইৰ,
কলিজা কপাঁইছে
ভানুমতিৰ ।।

শয্যাশায়ী প্রেমিকাৰ
হঠাত বাঢ়ি গ'ল
স্পন্দন ,
মৃতকৰ সুগন্ধ
আমোলমোলাইছে
অশ্রুৰ ৰূপত ।।

বেচেৰি অবাক হৈ আছে,
তাতে আকৌ
প্রেমিকৰ স্তব্ধ হৃদয়ৰ গান ।।

No comments:

Post a Comment