Tuesday 18 September 2012

এখন সাগৰৰ কথাৰে -৭

শৰতৰ শেৱালী
সৰি পৰিল ,
জোলোঙা ভৰিল
ভানুমতিৰ ।।

তাইৰ বাবে
মেদিনী কঁপাই
ভদাইয়ে পুনৰ জনম লব ,
সাগৰত পুনৰ
চুনামী আহিব ।।

সিহতৰ মিলন হব
সেই একেইখন সাগৰৰ পাৰত,
কিন্তু সেয়া সিহতৰ
আত্মাৰ মিলন হব
যত থাকিব কেৱল
জ্বলি থকা দুটি শিখা ।।

No comments:

Post a Comment