Saturday 2 February 2013



অপেক্ষাৰত পক্ষী মই
যাযাবৰ মোৰ সত্ত্বা ,
সময়ৰ মালা গাঠি
মিলি যাব খোজো তোমাৰ বুকুত ।।




তোমাৰ পৰশত চিঞঁৰি উঠে
উন্মত্ত যৌৱন ,
হাহাকাৰ কৰি উঠে
জীয়াই থকাৰ লালসা

No comments:

Post a Comment