Sunday 3 February 2013

নতুন প্ৰেমৰ পংতি



১) তাইৰ আধা ভঙা সুৰৰ মাত

জোনাক গলা সন্ধিয়াৰ প্ৰেমৰ দৰেই মধুৰ ।।




২) তোমাৰ পৰশত চিঞঁৰি উঠে

উন্মত্ত যৌৱন ,

হাহাকাৰ কৰি উঠে

জীয়াই থকাৰ লালসা




৩)অপেক্ষাৰত পক্ষী মই

যাযাবৰ মোৰ সত্ত্বা ,

সময়ৰ মালা গাঠি

মিলি যাব খোজো তোমাৰ বুকুত ।।




No comments:

Post a Comment