Sunday 3 February 2013

ৰ আখৰৰ প্ৰেম

মাজৰাতি উকমুকাই উঠে

আকাশৰ কোলাহলবোৰ ,

প্ৰেমৰ জোৱাৰ উঠে

নতুন সমীকৰণৰ লগত ,


হয় আপুনি ঠিকেই শুনিছে

তেখেতৰ ৰ আখৰৰ প্ৰেমত পৰিছো মই ।।

ৰিমঝিম বতাহজাকে শিঁহৰিত কৰে

মোৰ বিকশিত প্ৰেমত ।।

No comments:

Post a Comment