Friday 26 April 2013

মহানগৰী আৰু নিশাৰ যৌৱন

মানসী
তোমাক কোৱা নাছিলো জানো ?
মহানগৰৰ এন্ধাৰবোৰ জঘণ্য বুলি ,
চুপি চুপি শুহি লয় যৌৱনৰ ৰস
এটোপ এটোপকৈ সৰি পৰে লালসা ।

No comments:

Post a Comment