Sunday 13 October 2013

ৰং

আধা লিখা চিঞঁৰবোৰ
চিয়াহীৰ সোঁতত
বিচ্ছিন্ন হৈ পৰে ,

তুমি হয়তো নাজানা
চিয়াহীৰ ৰঙ নীলা নাছিল
আছিল মাথো ৰঙীণ বৈ পৰা এক আদেশ ।।

No comments:

Post a Comment