Monday 10 February 2014

বৈ আহিল
এটোপাল কেচা তেজ

চিয়াহী শুকাই গল
বুকুত এতিয়া কেকটাছৰ সুবাস ।।

কলা ডাৱৰৰ
বিষাক্ত বৰষুণ
এতিয়া যে মোৰ চকুত ফাগুনৰ কোলাহল ।।।

No comments:

Post a Comment