Wednesday 25 September 2013

কলাফুলৰ ঘামবোৰ
এতিয়া যেন মেঘমল্লিকাৰ বিষাদ ,
লিৰিকি বিদাৰি ফুৰা
সৰি পৰা শেৱালীৰ এটি সন্ধ্যা যে এতিয়া মোৰ নহয় ।।।
তোষামোদ কৰা নাই
কৰিছো মাথো অহংকাৰ ।।

No comments:

Post a Comment