Sunday 29 January 2012

উকা কাগজত
নীলা আখৰেৰে লিখিবলৈ এৰিলা বুলিয়ে
চিঠি এখনিও নাপাম নেকি
তোমাৰ পৰা ???

হিয়াখনি কঁপি উঠে নোপোৱাৰ ভয়ত
এক অচিনাকি মাদকতাৰ সুৰত ...

No comments:

Post a Comment