=================
সৌ দুৰণিৰ পাহাৰখনলৈ চোৱাচোন
মোৰ প্রতিচ্ছবি দেখা পাবা ,
সেয়া যেন দুৰণিত এৰি অহা এক অধ্যায় ।
যিমানে ওচৰলৈ যোৱা
মোক অনুভৱ কৰিব পাৰিবা ,
কিন্তু শুনা
প্রতিচ্ছবিৰ প্রেমত নপৰিবা
কাৰণ সেই প্রতিচ্ছবি
মোৰ জীৱনৰ কালিকাসনা পৃষ্ঠা...
===============
বিকাশ দাস
২৭/৪/১২
No comments:
Post a Comment