Tuesday 15 October 2013

কামিজৰ হাড়ত
শেলুৱৈ গজিছে ,
পুৱতি নিশা ক্ষণ গণিছে
অফুৰন্ত যান্ত্ৰিকতাৰ ।
নিলাজ পখীবোৰে
মোক জোকাইছে
চুই গৈছে এলানি সেন্দুৰীয়া আবেগ ।।

No comments:

Post a Comment