Saturday 19 October 2013

যদি কেতিয়াবা তুমি উভতি আহা
মোৰ উশাহবোৰে তোমাৰ লয়ত উথলি উঠিব নে ?

যদি কেতিয়াবা দুবাহুৰ সপোন দিঠক হয়
তুমি এন্ধাৰত খাপ পিতি
এৰি অহা অতীতক লিৰিকি বিদাৰি সজীৱ কৰি তুলিবা নে ?

এয়া মোৰ ভৱিষ্যতক অতীতৰ প্ৰশ্ন ...

No comments:

Post a Comment