Saturday 19 October 2013

যিখন বুকুত শিল বৰষে
বৃষ্টিৰ দুটোপাল তেজে যত চিঞৰি উঠে
সেয়াই নেকি প্ৰনয়ৰ প্ৰতিবাদ ?
এইফালে তাল-ফাল লগাইছে মৰমৰ প্ৰহেলিকাবোৰে
এতিয়া যে জীউ উৰে বতাহৰ আঁৰে আঁৰে ।।

No comments:

Post a Comment