Thursday 14 February 2013



লজ্জ্যা বিলীন হৈছিল
আপুৰুগীয়া অন্ধকাৰত ,
পেচাত তাই বেশ্যা ।
সন্ধিয়া সৰা পাত বুটলি
তাই কান্দি উঠিছিল ,
পাহৰি গৈছিল তাইৰ পৰিচয় ।।

No comments:

Post a Comment