Sunday 17 March 2013

তৰা=২

তৰা
তুমি উচুপি নুঠিবা ,
তোমাৰ হিয়াৰ ঝংকাৰে
মোৰ পদুলিত হাহাকাৰ কৰে ;
মই অবাক হৈ পৰো
তোমাৰ ৰণাংগণৰ সুবাস লৈ ।।

No comments:

Post a Comment