Wednesday 13 March 2013

আধৰুৱা সত্ত্বা

একা বেকা কেকুৰীটোত
সন্ধিয়াৰ চয়াময়া চা ;
ধুলি উৰুৱাই আহিছে
আধৰুৱা সত্ত্বা ।।

No comments:

Post a Comment