Wednesday 13 March 2013

মোৰ অনুভৱৰ বৰষুণ

মনৰ নিজানত
অকলশৰে
উচুপি উঠিছে ,
সিপাৰৰ আকাশখনত মাদল বাজিছে
আজি মই সিক্ত
মোৰ অনুভৱৰ বৰষুণত ।।

No comments:

Post a Comment