Wednesday 13 March 2013

সাগৰখন দেখিছা ?
বৈ যায় অনুভুতিবোৰ বিলাই ।
মইও বৈ যাম
নিঃশব্দে নিৰবে ।।
নিশা তৰাবোৰে উচুপি উঠিব
তুমি হয়তো অনুভৱ নকৰিবা সিহতৰ উচুপনি ,
কিন্ত সিহতে মোৰ কাৰণে কান্দি উঠিব ।

No comments:

Post a Comment