Sunday 24 June 2012

খিৰিকীৰ ফাকেৰে
এজাক পবন ,
সপোনমগ্ন
প্রেমিকৰ জীৱনলৈ
ইমান সঘনাই আহে যে
চেচা বতাহৰ শিহৰণত
কঁপি উঠে
এবুকু প্রেমৰ যন্ত্রণা...

No comments:

Post a Comment