Monday 25 June 2012

নিজৰ মাজত বিচাৰিছো
তাইৰ পৰিচয়...
এয়া জানো মুর্খামি নহয় ?
তাই জানো বিচাৰিছে
নিজৰ পৰিচয়
মোৰ অস্তিত্বৰ সীমা উলংঘা কৰি...

বিকাশ...

No comments:

Post a Comment