Thursday 27 September 2012

এখন সাগৰৰ কথাৰে-১৫



ওখ চাপৰ
ঢৌৰ বাসিন্দা
সাগৰখনিৰ অবিৰাম যাত্রা ,
ইপাৰৰ পৰা সিপাৰ ।।

সাগৰ পাৰৰ বালিচৰ
তাতে আঁকিচিলা
বৰদৈচিলাৰ প্রতিবিম্ব ,
প্রাণ দিচিলা
ওফন্দি উঠা
প্রণয়ক ।।

সৌৱা বালিচৰত জিলিকি উঠিছে
নেদেখা পৰাণৰ বালিচন্দা ।।

No comments:

Post a Comment